Student Gauhati University
যাযাবৰী মন
You can improved your idea
তোমাৰ বাবে by Farid Anjum Khan
তোমাৰ বাবে
তোমাক প্ৰথমে দেখোতে, হৃদয়ৰ এটি সুৰ বাজিল
এটি অচিন সপোন, যেন কোনোৱে আহি গুজিল।
মোৰ মনৰ সেউজ পথত, তোমাৰ পৰশ যেতিয়া পাৰ হয়
মোৰ চকুৰ লুকাভাকুত, মাথোঁ তোমাৰ ছবি থাকি যায়।
দিনবোৰৰ মাজত, তোমাৰ কাষ চাপিবলৈ সাহস নাই,
হাতত ধৰি আনি নোৱাৰো, মাত্ৰ পৰিসৰে চাই থাকো আহ...
এটি মিচিকিয়া হাঁহিতে থিৰ হৈ ৰও,
মাজনিশা সপোনত তোমাৰেই পিছা লওঁ।
বুজিবা নুবুজিবা, মোৰ কথাবোৰ অচিনে থাকে
তোমাৰ বাট চাই সময়বোৰ থমকি থাকে।
তোমাৰ স্পৰ্শৰ আশা নাই, মাত্ৰ এটি পলক যথেষ্ট
এই অচিন ভালপোৱা, মৰমেৰে বেষ্টিত।
তুমি কি জানো, এই শব্দবোৰ মোৰ নাছিল
তোমাৰ চকুৱে মোক শিকালে, হৃদয়ৰ কথা ক'ব ।
আজি আকৌ, তোমাৰ বাবে অপেক্ষা
তোমাৰ বাবে মই থাকিম, মাত্ৰ বাট চাই ৰবা।
Farid Anjum Khan
Nagaon:Assam
মৌন
সেই জুলনাখন
এটা নিৰ্দ্দিষ্ট অনুষ্ঠানৰ নিসংগ ৰাতিৰ শান্ত শূণ্যতাত, অশান্ত মনৰ মৌন কোলাহল .... বিশৃংখল অনুভূতিৰ গধূৰ হেঁচাত ... বিধ্বস্ত হৈ পৰে আশা.... তথাপিটো হৈ আছে মৌন... হেজাৰ কথাৰ ঢৌ বই বুকুত ... তথাপিটো হৈ ৰয় মৌন... মৌনতা নহয় পৰাজয়ৰ পৰিচয়... হতাশাৰ যুঁজত জীয়াই থকাৰ প্ৰয়াস হে মাথোঁ মৌনতা..... হমমম.... মৌনতাই নিজকে কৈ যাই... কব নোৱাৰাবোৰ... গভীৰ নিশাৰ শান্ত শূণ্যতাত.... সকলো মৌন... Nagaon:Assam - Farid Anjum khanNAGAON, ASSAM
A BEAUTIFUL POEM BY Satabdi Sarmah
সেই জুলনাখন
এটা নিৰ্দ্দিষ্ট অনুষ্ঠানৰ এখন বিশেষ জুলনা। কত পখিলাৰ পাখিৰ চটফটনি সেই জুলনাত, জুলনাতেই বিচাৰি পায় সিহঁতে নিজৰ অস্তিত্ব। জুলনাখনতেই পায় প্ৰকৃতিৰ মিঠা মৌ কোঁহ , জুলনাখনেই সকলোৰে নিজস্ব আসন। তাতেই পখিলাজাকৰ হাঁহিৰ খিলখিলনি, কোনোবাদিনা হয়তো হাঁহি শুনি জুলনাইও হাঁহে কেৰেক কেৰেক। পখিলাজাকৰ হাঁহিৰে মহীয়ান হৈ যুগ - যুগান্তৰ ধৰি প্ৰজন্মৰ পিছত প্ৰজন্ম এজাক পখিলা বহু মূহুৰ্তৰ সাক্ষী সেই জুলনাখনৰ । - শতাব্দী শৰ্মাSTUDENT OF NOWGONG COLLEGE
Labels: ARTICLE , POEM
POEM
A BEAUTIFUL POEM BY MANUJ KUMAR BORAH (মনোজ কুমাৰ বৰা )
Labels: ARTICLE , POEM
POEM
Location:
Nagaon, Assam, India
A BEAUTIFULL STORY BY AMIYA KUMAR BORAH
অমিয় কুমাৰ বৰা (AMIYA KUMAR BORAH)
His Facebook Linkclick here
স্নিগ্ধা আৰু জোনাক Poem By Amiya Kumar Borah
AMIYA KUMAR BORAH A STUDENT OF NOWGONG COLLEGE AUTONOMOUS WRITE A HEART TOUCHING STORY...............
PLEASE READ HERE
Beautiful ART Work by Satabdi Sarmah
I am a student of Maharishi Vidya Mandir,Jorhat,I live in Baligaon Na-Pamua,Jorhat,Assam..I regularly draw artworks,sing songs and write poems and articles....
Labels: ARTICLE , POEM
ART SECTION
Subscribe to:
Comments (Atom)
JAJABORIEMON
তোমাৰ বাবে by Farid Anjum Khan
তোমাৰ বাবে তোমাক প্ৰথমে দেখোতে, হৃদয়ৰ এটি সুৰ বাজিল এটি অচিন সপোন, যেন কোনোৱে আহি গুজিল। মোৰ মনৰ সেউজ পথত, তোমাৰ পৰশ যেতিয়া পাৰ হয় মোৰ...
-
সেই জুলনাখন এটা নিৰ্দ্দিষ্ট অনুষ্ঠানৰ এখন বিশেষ জুলনা। কত পখিলাৰ পাখিৰ চটফটনি সেই জুলনাত, জুলনাতেই বিচাৰি পায় সিহঁতে নিজৰ অস্তিত্ব। জুল...
-
তোমাৰ বাবে তোমাক প্ৰথমে দেখোতে, হৃদয়ৰ এটি সুৰ বাজিল এটি অচিন সপোন, যেন কোনোৱে আহি গুজিল। মোৰ মনৰ সেউজ পথত, তোমাৰ পৰশ যেতিয়া পাৰ হয় মোৰ...