বৰ নিজৰকৈ
দুগালেৰে বৈ অহা চকুপানীৰ দৰে।
তৰাবছা বুকুৰ এন্ধাৰত
বগুৱা বাই ফুৰিছে বাৰেগঞা এই অজান্তি শব্দবোৰ
মই কাগজ কলম যতনাই ল'লো
যদি এষাৰো বুটলিব পাৰোঁ
মানুহৰ বুকুত ইমান ঢৌ
ইমান সাৰ্বজনীন মানুহৰ বুকু
শস্যবান মাটিলৈ চাই মই মূৰ দোঁৱাই ৰলোঁ...
তোমাৰ বাবে তোমাক প্ৰথমে দেখোতে, হৃদয়ৰ এটি সুৰ বাজিল এটি অচিন সপোন, যেন কোনোৱে আহি গুজিল। মোৰ মনৰ সেউজ পথত, তোমাৰ পৰশ যেতিয়া পাৰ হয় মোৰ...
No comments:
Post a Comment
If have any doubt, please let me know