মৌন

 সেই জুলনাখন

  এটা নিৰ্দ্দিষ্ট অনুষ্ঠানৰ নিসংগ ৰাতিৰ শান্ত শূণ্যতাত, অশান্ত মনৰ মৌন কোলাহল .... বিশৃংখল অনুভূতিৰ গধূৰ হেঁচাত ... বিধ্বস্ত হৈ পৰে আশা.... তথাপিটো হৈ আছে মৌন... হেজাৰ কথাৰ ঢৌ বই বুকুত ... তথাপিটো হৈ ৰয় মৌন... মৌনতা নহয় পৰাজয়ৰ পৰিচয়... হতাশাৰ যুঁজত জীয়াই থকাৰ প্ৰয়াস হে মাথোঁ মৌনতা..... হমমম.... মৌনতাই নিজকে কৈ যাই... কব নোৱাৰাবোৰ... গভীৰ নিশাৰ শান্ত শূণ্যতাত.... সকলো মৌন... Nagaon:Assam - Farid Anjum khan




NAGAON, ASSAM 

A BEAUTIFUL POEM BY Satabdi Sarmah

 সেই জুলনাখন

  এটা নিৰ্দ্দিষ্ট অনুষ্ঠানৰ এখন বিশেষ জুলনা। কত পখিলাৰ পাখিৰ চটফটনি সেই জুলনাত, জুলনাতেই বিচাৰি পায় সিহঁতে নিজৰ অস্তিত্ব। জুলনাখনতেই পায় প্ৰকৃতিৰ মিঠা মৌ কোঁহ , জুলনাখনেই সকলোৰে নিজস্ব আসন। তাতেই পখিলাজাকৰ হাঁহিৰ খিলখিলনি, কোনোবাদিনা হয়তো হাঁহি শুনি জুলনাইও হাঁহে কেৰেক কেৰেক। পখিলাজাকৰ হাঁহিৰে মহীয়ান হৈ যুগ - যুগান্তৰ ধৰি প্ৰজন্মৰ পিছত প্ৰজন্ম এজাক পখিলা বহু মূহুৰ্তৰ সাক্ষী সেই জুলনাখনৰ । - শতাব্দী শৰ্মা




STUDENT OF NOWGONG COLLEGE 

A BEAUTIFUL POEM BY MANUJ KUMAR BORAH (মনোজ কুমাৰ বৰা )

 

 A BEAUTIFUL POEM BY MANUJ KUMAR BORAH (মনোজ কুমাৰ বৰা )

STUDENT OF NOWGONG COLLEGE

A BEAUTIFULL STORY BY AMIYA KUMAR BORAH


অমিয় কুমাৰ বৰা (
AMIYA KUMAR BORAH)



His Facebook Linkclick  here

স্নিগ্ধা আৰু জোনাক Poem By Amiya Kumar Borah


  AMIYA KUMAR BORAH A STUDENT OF NOWGONG COLLEGE AUTONOMOUS WRITE A                   HEART TOUCHING STORY...............

PLEASE READ HERE

 

Beautiful ART Work by Satabdi Sarmah

 






I am a student of Maharishi Vidya Mandir,Jorhat,I live in Baligaon Na-Pamua,Jorhat,Assam..I regularly draw artworks,sing songs and write poems and articles....

A Beautiful Poem by Jharna Dutta

                                                        A Beautiful Poem by Jharna Dutta

                                                      A Student of Nowgong College (Autonomous)

                                               

A Beautiful Poem by Satabdi Sarmah


                                           A Beautiful Poem by Satabdi Sarmah

                                            Student of   Nowgong College

A UNIQUE ART WORK BY DEEPJYOTI BORA

 

                                                   BY DEEPJYOTI BORA

প্ৰকৃত


 :ঐ‌, মোকো এজনী চাই দিবচোন..!!

: হ'ব দে চাই দিম তোক এজনী..!!

:এই কেইজনীৰ ভিতৰত কোনজনী ভাল লাগিছে ক..!!! 

: হ'ব দে তোলেকো এজনী পতাই দিম..!!

এইবোৰ কথাই সচৰাচৰ বন্ধু বৰ্গৰ লগত হোৱা কথা।

কিন্তু প্ৰেম কিনা নাজায় , হয়তো বজাৰতো উপলব্ধ নহয় প্ৰেম। এষাৰ কথা আছে প্ৰেম কৰা নাযায় প্ৰেম হৈ যায়। আপুনি বা মই প্ৰেমক 

ঐ পতাই দে না, পতাই দিম, কোনজনী চা.... এনেদৰে দৃষ্টিভংগী চালে ভূল হ'ব। কিয়নো কাৰ লগত কেতিয়া প্ৰেম হৈ যায় সেই কথা আপুনি বা মই গমকে নাপাম ❤️। সেই হে সন্ধান চলাই যাওক প্ৰকৃত প্ৰেমৰ।


                            প্ৰকৃত প্ৰেমৰ সন্ধানত

                                  যাযাবৰী মন



Facebook Link Click Here

যাযাবৰী মন

 




: না‌ কিবা ক'ব আছিল তোমাৰ..!!
: না একো নাছিল..!
: নহয় কিবা এটা আছিল ক'বলৈ তুমি কৈছিলা পিছত কম বুলি কোৱা চোন?
তাই লাহে লাহে মোৰ চকুলৈ চাবলৈ ধৰিলে..!
ময়ো যিমান পাৰোঁ চকু কেইটা তাইৰ চকুত নপৰাকৈ লুকুৱাবলৈ চালোঁ। ভয় হ'ল কিজানি তাইৰ চকুৰ সেই চাৱনিত মই বিলিন হৈ যাও সপোন সাগৰত। বৈ আহিব খুজিছিল বুকুত থকা সাগৰ খনত প্ৰেমৰ উন্মাদ ৰস..!
কোনোমতে চকু কেইটা অলপ‌ তল মূৰ কৰি ক'লো----
: না একো নাছিল দিয়া..! কিনো ক'ম বুলি ভাবিছিলো পাহৰিয়ে থাকিলো।
: অ .., এনেকৈ নো মানুহে পাহৰে নে?? এনেকে হ'লে দেখুন তুমি এদিন মোকো পাহৰি যাবা.. !!
: না...!!! সেইটো কোনোপধ্যেই সম্ভৱ নহয়।। তোমাক কেতিয়াও পাহৰিব নোৱাৰোঁ...!!
: হয় নে ??...!!
:অ..!! তুমি মোৰ কল্পনাত আৰু দিঠকত দুয়োটা তাতেই থকা..!!
: হয় নে কি ? দিঠকত থকাটো বুজিছো বাৰু.. কিন্তু মই তোমাৰ কল্পনাত মই কেনেকৈ..!!
মোৰ মুখ খন ৰঙা পৰি গৈছিল, গাটো ঘামি আহিছিল, গোটেই গাটো কিবা শূণ্য হৈ পৰিছিল।।
হয় , এয়াই নেকি প্ৰেম ?
( মনৰ ভিতৰতে ভাবিলো কৈয়ে দিও নেকি??....!!)
: এ হ'ব দিয়া কালিলৈ কথা পাতিম দাদা আহি পালেহি য়ে ..!! Tution চুটি হ'ল বুলি গ'ম পাইছে যে..!!
: অ, হয় নেকি?? ... ok bye
: ok bye , কিন্তু কালিলৈ ক'ব লাগিব কিয় কল্পনাত থাকোঁ..!
যোৱা সময়ত তাই মোলৈ চাই মিচিকিয়াই হাঁহি এটা মাৰি গ'ল..।।Fb Page
প্ৰকৃত প্ৰেমৰ সন্ধানত
যাযাবৰী মন

JAJABORIEMON

তোমাৰ বাবে by Farid Anjum Khan

তোমাৰ বাবে তোমাক প্ৰথমে দেখোতে, হৃদয়ৰ এটি সুৰ বাজিল এটি অচিন সপোন, যেন কোনোৱে আহি গুজিল। মোৰ মনৰ সেউজ পথত, তোমাৰ পৰশ যেতিয়া পাৰ হয় মোৰ...