:ঐ, মোকো এজনী চাই দিবচোন..!!
: হ'ব দে চাই দিম তোক এজনী..!!
:এই কেইজনীৰ ভিতৰত কোনজনী ভাল লাগিছে ক..!!!
: হ'ব দে তোলেকো এজনী পতাই দিম..!!
এইবোৰ কথাই সচৰাচৰ বন্ধু বৰ্গৰ লগত হোৱা কথা।
কিন্তু প্ৰেম কিনা নাজায় , হয়তো বজাৰতো উপলব্ধ নহয় প্ৰেম। এষাৰ কথা আছে প্ৰেম কৰা নাযায় প্ৰেম হৈ যায়। আপুনি বা মই প্ৰেমক
ঐ পতাই দে না, পতাই দিম, কোনজনী চা.... এনেদৰে দৃষ্টিভংগী চালে ভূল হ'ব। কিয়নো কাৰ লগত কেতিয়া প্ৰেম হৈ যায় সেই কথা আপুনি বা মই গমকে নাপাম ❤️। সেই হে সন্ধান চলাই যাওক প্ৰকৃত প্ৰেমৰ।
প্ৰকৃত প্ৰেমৰ সন্ধানত
যাযাবৰী মন
No comments:
Post a Comment
If have any doubt, please let me know